তাপনমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা।

তাপনমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা

উত্তৰ:- তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবহী । যদি আমি এডাল প্লাষ্টিকৰ তাঁৰেৰে বিদ্যুৎ বৰ্ত্তনী এটা তৈয়াৰ কৰো, তেন্তে তাৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত নহয় । ইয়াৰ পৰাই তাপ নমনীয় প্লাষ্টিক বিদ্যুতৰ কুপৰিবহী বুলি প্ৰমাণ পোৱা যায় ।

Post a Comment

Previous Post Next Post