হাইড্রজেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্রয়ােগ লিখা।

হাইড্রজেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্রয়ােগ লিখা।

উত্তৰ: নিকেলৰ দৰে অনুঘটক আৰু তাপৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ’কার্বনৰ লগত হাইড্রজেন যােগ হৈ সংপৃক্ত হাইড্ৰ’কার্বন উৎপন্ন হােৱা প্রক্রিয়াক হাইড্ৰ’জেনেচন বােলে। হাইড্রজেনেচনৰ ঔদ্যোগিক ব্যৱহাৰ ইয়াক শস্যজাতীয় তেলৰ পৰা নিকেল অনুঘটকৰ উপস্থিতিত কনস্পতি ঘি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় ।


Post a Comment

Previous Post Next Post