এছিড এটা লঘু কৰোতে এছিড পানীত যােগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যােগ কৰিবলৈ কোৱা নহয় কিয়?
উঃ এছিডত পানী মিহলি কৰিলে অত্যধিক পৰিমাণে তাপৰ উদ্ভৱ হয়। যাৰ ফলত বিক্রিয়া সংঘটিত কৰা বিকাৰ ভাঙি যাব পাৰে বা জুই লাগিব পাৰে। সেইবাবে এছিডক লঘু কৰোতে পানী এছিডত যােগ কৰা নহয়।