বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি? ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয়? ৰাসায়নিক সমীকৰণ লিখা।

বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি? ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয়? ৰাসায়নিক সমীকৰণ লিখা।

উত্তৰঃ বেকিং ছ’ডাৰ ৰাসায়নিক নাম – ছ’ডিয়াম হাইড্রজেন কার্বনেট NaHCO3
ছডিয়াম ক্ল’ৰাইডক অন্যতম কেঁচামাল হিচাপে ব্যৱহাৰ কৰি তলত দিয়া সমীকৰণত দেখুওৱা পদার্থসমূহ লৈ বেকিং ছড়া প্রস্তুত হয়।
NaCl+H2O+CO2+NH3→NH4Cl+NaHCO3
(বেকিং ছড়া)


Post a Comment

Previous Post Next Post