প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে উদ্ভৱ হোৱা গেছটো এটা পৰীক্ষানলী ওভোতাকৈ ধৰি সংগ্ৰহ কৰিলে।

প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে উদ্ভৱ হোৱা গেছটো এটা পৰীক্ষানলী ওভোতাকৈ ধৰি সংগ্ৰহ কৰিলে।

(a) (i) শুষ্ক লিটমাছ কাগজৰ লগত (ii) সিক্ত লিটমাছ কাগজৰ লগত গেছটাৰ বিক্রিয়া কেনে হ’ব?

(b) ইয়াত বিক্রিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।

উঃ (a) (i) শুল্ক লিটমাছ কাগজৰ লগত কোনাে বিক্রিয়া নকৰে।
(ii) গেছটোৱে সিক্ত লিটমাছৰ লগত বিক্রিয়া কৰি কাগজক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব।

(b) সংঘটিত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণটো হ’ল-
SO2+H20 → H2S04 + 2H+S03


Post a Comment

Previous Post Next Post