প্রঃ কি ঘটে যেতিয়া লঘু হাইড্রক্ল’ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ?

কি ঘটে যেতিয়া লঘু হাইড্রক্ল’ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক চিন দিয়া ।

(a ) হাইড্রজেন গেছ আৰু আইৰন ক্ল ‘ ৰাইড উৎপন্ন হয় ।

( b) ক্ল’ৰি গেছ আৰু আইৰন হাইড্রক্সাইড উৎপন্ন হয় ।

(c ) বিক্রিয়া নঘটে ।

(d ) আইৰন লৱণ আৰু পানী উৎপন্ন হয় ।

উত্তৰঃ   (a) আৰু (b)


Post a Comment

Previous Post Next Post