অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এছিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটে? প্রয়ােজনীয় ৰাসায়নিক সমীকৰণ লিখা

অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এছিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটে? প্রয়ােজনীয় ৰাসায়নিক সমীকৰণ লিখা

উঃ অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এছিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে ইথানলৰ নিৰুদন ঘটি ইথিন উৎপন্ন হয়। সমীকৰণটো হৈছে-

CH3 CH2OH → CH2=CH2+H2

Post a Comment

Previous Post Next Post