সহযােজী যৌগৰ দুটা ধর্ম লিখা।

সহযােজী যৌগৰ দুটা ধর্ম লিখা।

উঃ (ক) সহযােজী যৌগবােৰৰ গলনাংক আৰু উতলাংক অতি কম।

(খ) সহযােজী যৌগবােৰ বিদ্যুতৰ কু-পৰিবাহী।


Post a Comment

Previous Post Next Post